85
newsnextone.com | বোকাজানঃ আছুৱে তেওঁৰ নাম দিছে ফেচবুক বিধায়ক৷ তেওঁ হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ছচিয়েল মিডিয়াত ব্যস্ত বিধায়ক৷ তেওঁ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিধায়ক যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং কৰি কথা পাতিছিল৷
