70
মাজুলীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাজুলীৰ ভিন্ন স্থানত মাজুলী মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিকক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চল সমূহত নাগৰিকত্ব সংশোধনী আইন ২০১৬ ৰ প্ৰতিলিপি দাহ কৰে৷
