72
নগাঁওঃ নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন স্বাস্থ্য সেৱা আৰু জনকল্যাণ পৰিষদৰ সহযোগত বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ মুকলি মঞ্চত দেওবাৰে ‘সংকল্পই সিদ্ধি’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভানেত্ৰী নমিতা বৰা হাজৰিকাৰ বন্তি প্ৰজ্বলনৰ দ্বাৰা শুভাৰম্ভ কৰা হয়।