Home ৰাজ্যকোকৰাঝাৰত নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতা, অংশগ্ৰহণ কৰিব ২৪টা দলে

কোকৰাঝাৰত নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতা, অংশগ্ৰহণ কৰিব ২৪টা দলে

by News Desk
59 views
A+A-
Reset

কোকৰাঝাৰঃ একালৰ ছাত্ৰ নেতা আছুৰ শ্বহীদ নাছিৰ হুছেইনৰ স্মৃতি সজীৱ কৰাৰ ৰখাৰ স্বাৰ্থত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগিতা এইবেলি বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত অনুষ্ঠিত হ’ব।

কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰ বালাজান তিনালীৰ সমীপৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব আছুৰ স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা৷ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মুদৈ হাজোৱাৰী আৰু সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে সদৰি কৰা মতে ইতিমধ্যে ২৪টা দলে অংশগ্ৰহণ নিশ্চিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0