72
ডিজিটেল ডেস্কঃ মুম্বাইৰ ফ্লেটত উদ্ধাৰ হ’ল অভিনেত্ৰীৰ মৃতদেহ৷ সোমবাৰে মাজ ৰাতি আৰক্ষীয়ে উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীৰ মৃতদেহ৷ মৃতদেহটো সৰু পৰ্দাৰ অভিনেত্ৰী কৃতিকা চৌধুৰী বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে অনুমান কৰিছে যে কেইদিনমান পূৰ্বে হত্যা কৰা হৈছে কৃতিকাক৷ বিগত কেইবাদিনৰ পৰা বন্ধ আছিল অভিনেত্ৰীগৰাকীৰ ফ্লেটৰ দৰ্জা৷ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱা বাবে প্ৰতিবেশীয়ে খবৰ দিছিল আৰক্ষীক৷