Home ৰাজ্যব্যয়বহুল শিক্ষা, নামভৰ্তিৰ মাচুলে সমস্যাত পেলাইছে দৰিদ্ৰ শিক্ষাৰ্থীক

ব্যয়বহুল শিক্ষা, নামভৰ্তিৰ মাচুলে সমস্যাত পেলাইছে দৰিদ্ৰ শিক্ষাৰ্থীক

by News Desk
65 views
A+A-
Reset

newsnextone.com | নগাঁওঃ যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মন অপৰিসীম উৎসাহ-আনন্দ তথা আৱেগেৰে ভৰি পৰে৷ সদ্যঘোষিত দুটা পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰো সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট কৃতীত্ব সহকাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ 

এনে ফলাফলত স্বাভাবিকতেই সকলোৱেই উৎফুল্লিত হৈ পৰেছে যদিও জিলাখনৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা একাংশ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক আৰু স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিবলৈ যাঁওতে একপ্ৰকাৰে বিপাঙত পৰিছে৷ কিয়নো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ বেবেজীয়া, জাজৰি, ৰাইদঙয়ীয়া, চকলাঘাট, কাছমাৰী, বৰচিলা, মাজগাঁও, কাকমাৰী, হাতীচোং, ভালুকমাৰী, দক্ষিণপাট, বৰক’লা, হাতীগড়, ঘাঁহী, ম’হমৰীয়া, শেনচোৱা, ডিমৌ, শেতালী অঞ্চল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0