Home বিশ্বৰমজান মাহত আফগানিস্তানত ISISৰ বোমা বিস্ফোৰণ, ১৩গৰাকীৰ মৃত্যু

ৰমজান মাহত আফগানিস্তানত ISISৰ বোমা বিস্ফোৰণ, ১৩গৰাকীৰ মৃত্যু

by News Desk
64 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে সোমবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ সন্মুখত আত্মাঘাটী বোমাৰুৱে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হয়৷ বিস্ফোৰণত শিশু-মহিলা সহ ২৫গৰাকী লোক আহত হয়৷

কাৰ্যালয় চলি থকাৰ সময়তে মুখ্য গেটত বিস্ফোৰণ ঘটায়৷ চৰকাৰী মুখপাত্ৰ নাজীৱ দানিছে জনোৱা মতে, আহত হৈছে কেইবাগৰাকী মহিলা আৰু শিশু৷ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কৰ্মচাৰীৰো মৃত্যু হয়৷ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে আইচিচে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0