Home ৰাজ্যআকৌ নমামি! নগাঁৱত ব্ৰহ্মপুত্ৰক পূজা খহনীয়াগ্ৰস্তৰ

আকৌ নমামি! নগাঁৱত ব্ৰহ্মপুত্ৰক পূজা খহনীয়াগ্ৰস্তৰ

by News Desk
A+A-
Reset
nagaon river puja

নগাঁওঃ নগাঁও জিলাৰ লাওখোৱা, ভূৰবন্ধা, ভগামুখ আদি অঞ্চলত অব্যাহত আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া৷ কিন্তু এনে খহনীয়া প্ৰতিৰোধৰ বাবে আজিকোপতি চৰকাৰে কোনো ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজে৷

ফলত বাৰিষাৰ আগমনৰ লগে লগে ভয়াৱহ বিপদৰ আশংকাত ত্ৰস্তমান চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া দুৰ্ভগীয়া ৰাইজে এতিয়া উপায়হীন হৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা-অৰ্চনাত ব্যস্ত হৈ পৰিছে৷ তেওঁলোকে পুৰোহিত মাতি আনি মন্ত্ৰোচাৰণ,উৰুলি-মাংগলিক ধ্বনিৰে নৈৰ পাৰ মুখৰিত কৰি ধূপ-ধূনা, চাকি-বন্তি জ্বলাই ৰুষ্ট ব্ৰহ্মপুত্ৰক কালৰূপ ধাৰণ নকৰিবলৈ কৰযোৰে প্ৰাৰ্থনা জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0