আকৌ কৃত্ৰিম বান, প্ৰাণ ল’লে সদ্য বিবাহিত দুলালৰ

Home গুৱাহাটীআকৌ কৃত্ৰিম বান, প্ৰাণ ল’লে সদ্য বিবাহিত দুলালৰ

আকৌ কৃত্ৰিম বান, প্ৰাণ ল’লে সদ্য বিবাহিত দুলালৰ

by News Desk
61 views
A+A-
Reset

ডিজিটেল ৰিপ’ৰ্টঃ কৃত্ৰিম বানে কাল ৰূপ ধাৰণ কৰিছে মহানগৰীত। দিনদিয়েক পূৰ্বে হৈ যোৱা বানত ৭ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছত বৃহস্পতিবাৰে পুনৰ প্ৰাণ হেৰুৱালৈ আন এজন লোকে। 

প্ৰাপ্ত বাতৰি মতে, নিশাৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰা জুৰোডেৰে নৈশ দায়িত্ব সমাপন কৰি কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে গৈ আছিল দুলাল মালাকাৰ নামৰ যুৱকজন। সেই সময়তে দুৰ্গম হৈ পৰা সুগম পথত পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যুক সাৱতি লয় দুৰ্ভগীয়া যুৱকজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0