Home ৰাজ্যঅগপৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে ৰাজ্যপালক, দায়িত্ব সহকাৰে বিধেয়কৰ বিৰোধিতা কৰিছোঁ

অগপৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে ৰাজ্যপালক, দায়িত্ব সহকাৰে বিধেয়কৰ বিৰোধিতা কৰিছোঁ

by News Desk
81 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সোমবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে বিজেপিৰ সহযোগী তথা অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ বিধায়নী দলে৷ অতুল বৰাৰ নেতৃত্বত বিধায়িনী দলে ৰাজ্যপালক সাক্ষৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰে৷

অতুল বৰাৰ সৈতে দলৰ আটাইকেইজন বিধায়কৰ উপস্থিতিত সাক্ষাৎ কৰি ৰাজ্যৰ জ্বলন্ত সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰে৷
অসমৰ নাগৰিকৰ আৱেগক সন্মান যাচি নাগৰিকত্ব সংশোধনী বিধেয়ত গৃহীত নকৰিবলৈ আহ্বান জনায় অগপৰ বিধায়িনী দলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0