106
newsnextone.com | নগাঁওঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰে নগাঁও জিলাই৷
কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰতিটো শাখাত স্থান লাভৰে শীৰ্ষত আৰোহন কৰে নগঞা শিক্ষাৰ্থীয়ে৷ নগাঁৱৰ মুঠ ৯ জনকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানত নাম অন্তৰ্ভুক্তিৰে অসমৰ ভিতৰতে জিলিকি উঠে৷