Home ৰাজনীতিএইআইডিএমকেৰ নতুন নাম ঘোষণা, প্ৰতীক হ’ব টুপি

এইআইডিএমকেৰ নতুন নাম ঘোষণা, প্ৰতীক হ’ব টুপি

by webmaster
0 comments
WhatsApp Image 2017-03-23 at 3

চেন্নাইঃ এইবাৰ তামিলনাডুত আম্মা ভাৰ্চেছ পন্নীৰচেলভম৷ বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে চুড়ান্ত কৰিলে ভি কে শশীকলাৰ দলৰ নাম৷ এতিয়াৰ পৰা “এআইডিএমকে আম্মা” নামেৰে দলটোক জনা যাব৷  আনহাতে “টুপি” হ’ব দলটোৰ  প্ৰতীক৷ আনহাতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পন্নীৰচেলভমৰ দলৰ নাম হৈছে “এআইডিএমকে পুৰাটচ্ছি থালাইভি আম্মা”৷  

আনহাতে উক্ত দলৰ নিৰ্বাচনী প্ৰতীক হৈছে বৈদ্যুতিক খুঁটা৷ আনহাতে নিৰ্বাচন আয়োগৰ এই ৰায়ৰ পিছতেই সদ্য ঘোষিত “এআইডিএমকে আম্মা” দলৰ  জেষ্ঠ নেতা এম থামবিদুৰাই কয় যে এই  তেওঁলোকে দলটোৰ আগৰ প্ৰতীকক ঘুৰাই আনিবলৈ সম্পুৰ্ণ চেষ্টা কৰিব৷ উল্লেখযোগ্য যে দলটোৰ  আগৰ প্ৰতীক আছিল দুটা পাত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0