Home গুৱাহাটীগুৱাহাটীৰ বতাহত বৰবিহ! যমপুৰীলৈ পৰিণত হৈছে মহানগৰী…

গুৱাহাটীৰ বতাহত বৰবিহ! যমপুৰীলৈ পৰিণত হৈছে মহানগৰী…

by News Desk
A+A-
Reset
Guwahati-pollution-2

গুৱাহাটীঃ ফাগুনৰ মাহত এনেয়েই ধূলিয়ৰি আকাশ, তাতে আকৌ মহানগৰীৰ বায়ু প্ৰদূষণে জীৱন নৰকসদৃশ কৰি তুলিছে মহানগৰবাসীৰ। যধে-মধে নিৰ্মাণ হৈ থকা গগনচুম্বী অট্টালিকা, কংক্ৰীটৰ ধূলি উৰুৱাই অব্যাহত থকা উৰণ সেঁতুৰ নিৰ্মাণ কাৰ্য আৰু যান-বাহনৰ ক’লা ধোঁৱাই বিষাক্ত কৰি তুলিছে উত্তৰ-পূবৰ হৃদপিণ্ড গুৱাহাটীৰ বতাহ।

সোমবাৰে গুৱাহাটীৰ এয়াৰ কুৱালিটী ইনডেক্স (একিউআই) ১০২ত উপনীত হৈছে। উল্লেখ্য যে, ১০০ৰ পৰা ১৫০লৈ বায়ুৰ গুণাগুণক ‘বেয়া’ বুলি গণ্য কৰা হয়। ইফালে, আজিৰ দিনটোত গুৱাহাটীত পাৰ্টিকুলেট মেটাৰ (পিএম১০)ৰ মাত্ৰা ১১২ মাইক্ৰ’গ্ৰাম/মিটাৰ আৰু পিএম২.৫ৰ মাত্ৰা ৩৫ মাইক্ৰ’গ্ৰাম/মিটাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0