75
দিল্লীঃ ৰিলায়েন্স জিঅৰ বিনামূলীয়া ৪জি সেৱাই সমগ্ৰ দেশতে টেলিকম ক্ষেত্ৰখনত জোৱাৰ অনাৰ পিছতে এইবাৰ ৫জিৰ ক্ষেত্ৰত জিঅক প্ৰত্যাহ্বান জনাবলৈ মাৰবান্ধি থিয় দিয়াৰ পৰিকল্পনা কৰিছে এয়াৰটেলে।
বিনামূলীয়া ৪জি সেৱাৰ সোৱাদ লোৱা গ্ৰাহকক এইবাৰ ২ জিবিপিএছ ডাটা স্পীড দিয়াৰ বাবে নকিয়া কোম্পানীৰ সৈতে যুটি বান্ধিছে এয়াৰটেলে। এই সন্দৰ্ভত নকিয়াই কয় যে ইণ্টাৰনেট কানেক্টিভিটিৰ প্ৰযুক্তিৰ ওপৰত কোম্পানীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিব।