63
ডিজিটেল ডেস্কঃ ভাৰতৰ ৪জিৰ বজাৰখনত এটা কোম্পানীয়ে আনটো কোম্পানীক চেৰ পেলোৱাৰ দৌৰ অব্যাহত থকাৰ সময়তে এয়াৰটেলে আগবঢ়াইছে বিশেষ অফাৰ।
জিঅ’ৰ ব্ৰডবেণ্ড সেৱাৰ অফাৰৰ সৈতে ফেৰ মাৰিয়ে এয়াৰটেলে ১০০০ জিবিৰ ব’নাচ ডাটাৰ সৈতে এক বিশেষ অফাৰ আগবঢ়াইছে। ৮৯৯ টকাৰ পেকত এয়াৰটেলে ৭৫০ জিবি ডাটা আগবঢ়াইছে।