Home ৰাজ্য১৪ মে’ত আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা

১৪ মে’ত আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা

by webmaster
A+A-
Reset
`11`

গুৱাহাটীঃ অহা ১৪ মে’ত অনুষ্ঠিত হ’ব আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা৷ আজমল ফাউণ্ডেছ’নৰ তত্ত্বাৱধানত আয়োজিত এই পৰীক্ষা অসমৰ আটাইকেইখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল আৰু পশ্চিমবংগৰ কেইখনমান জিলাক সামৰি মুঠ ৮৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ৷

চলিত বৰ্ষত এই পৰীক্ষাৰ বাবে ৩৫ লাখ টকাৰ জলপানী ধাৰ্য কৰা হৈছে৷ তিনিটা স্তৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ ‘এ’ গ্ৰুপত তৃতীয়ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী ভিত্তিক অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হ’ব পাৰিব৷ ‘বি’ গ্ৰুপত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ‘চি’ গ্ৰুপত অৱতীৰ্ণ হ’বলগীয়া স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইংৰাজী মাধ্যমতহে পৰীক্ষা দিব পাৰিব ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

Latest Articles

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0