81
পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত যোৱা ২০ মে’ত সংঘটিত অগ্নিকাণ্ডৰ ফলত ঘৰ-বাৰী হেৰুওৱা প্ৰভাৱতী বণীয়া নামৰ বিধবা পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে স্থানীয় কেইজন সু-হৃদয়বান যুবক।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ ১৫ টাকৈ দিন উকলি যোৱাৰ পিছতো এই পৰ্য্যন্ত কোনো ৰজাঘৰীয়া লোক খবৰ লবলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই।