Home ৰাজ্যগৰু মাংস খাম নে গাহৰি খাম পাকঘৰত থিক কৰিম বিজেপিয়ে থিক কৰিব নোৱাৰেঃঅখিল

গৰু মাংস খাম নে গাহৰি খাম পাকঘৰত থিক কৰিম বিজেপিয়ে থিক কৰিব নোৱাৰেঃঅখিল

by News Desk
73 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দেৱস্থান বজাৰত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এখন সভাত অনুষ্ঠিত হয়৷ বুধবাৰে পুৱাৰে পৰা হোজাই জিলাৰ বিভিন্ন স্থানৰ আহি মোৰাঝাৰৰ দেৱস্থান বজাৰত কেইবা সহস্ৰাধিক লোক উপস্থিত হয়৷ দিনৰ প্ৰায় ১২ বজাত সভাত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা কৃষক নেতা অখিল গগৈয়ে৷

অখিল গগৈয়ে সভা খনত প্ৰায় দুই ঘন্টা সময় ভাষণ প্ৰদান কৰে৷ ভাষণত অখিল গগৈয়ে হোজাই বিধান সভা সমষ্টিৰ বিতৰ্কিত বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ অখিল গগৈয়ে কয় ‘‘শিলাদিত্যৰ হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব। কৃষক মুক্তিৰ এজন সদস্য জীয়াই থকালৈকে এজনো বিদেশী হিন্দুক অসমত নাগৰিগত্ব বিজেপিয়ে দিব নোৱাৰে৷ বিজেপি আৰএছএছক নেখেদালৈকে দেশ তথা ৰাজ্য শান্ত নহয়৷’’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0