Home ৰাজ্যকৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি

কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি

by News Desk
80 views
A+A-
Reset

চাবুৱাঃ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ১৩ ছেপ্তেম্বৰত নিজ ঘৰৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল৷ ৰাষ্ট্রদ্রোহৰ গোচৰত ডিব্ৰুগড় জিলা কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি হোৱা বুলি জানিব পৰা গৈছে। কাৰাগাৰৰ ভিতৰত মধুমেহ ৰোগত আক্রান্ত হোৱা বুলি কয় কৃষক নেতাগৰাকী।

কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি হোৱাক শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ এটা দলে অখিল গগৈক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰােৱায়। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত কৃষক নেতাগৰাকীক আৰক্ষীৰ দলটােৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰােগ বিভাগত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্রায় দুঘণ্টা ধৰি স্বাস্থ্য পৰীক্ষা কৰােৱায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0