80
ডিজিটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ পূৰ্বেই স্মাৰ্টফোনৰ খুচুৰা বিক্ৰেতাবোৰে স্মাৰ্টফোনৰ ষ্টক খালী কৰিবলৈ উঠি-পৰি লাগিছে।
ৰিটেইলাৰে অফলাইন আৰু অনলাইন দুয়োটাতেই অবিশ্বাস্য ৰেহাই মূল্যত স্মাৰ্টফোন বিক্ৰীৰ অফাৰ দিছে।