Home দেশলাডেনক হত্যা কৰা হেলিকপ্টাৰ এতিয়াৰপৰা ভাৰতৰ বায়ুসেনাত নতুন সংযোজন..

লাডেনক হত্যা কৰা হেলিকপ্টাৰ এতিয়াৰপৰা ভাৰতৰ বায়ুসেনাত নতুন সংযোজন..

by News Desk
71 views
A+A-
Reset

গুৱাহাটীঃ শত্ৰুক ৰুধিবলৈ ভাৰতীয় বায়ু সেনাবাহিনীত আজিৰে পৰা সংযোজন হ’ল ‘Apache attack helicoptar’ৰ। এয়াৰ ষ্ট্ৰাইকৰ বাবে অতি সুবিধাজনক এই হেলিকপ্টাৰখন ভাৰতে শনিবাৰে লাভ কৰিছে আমেৰিকাৰ পৰা।

অত্যাধুনিক হেলিকপ্টাৰখন ক্ৰয় কৰাৰ বাবে ভাৰতে আমেৰিকাৰ লগত তিনিবছৰৰ পূৰ্বে ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি ভাৰতে আমেৰিকাৰপৰা মুঠ ২২ খন “apache attack helicopter” লাভ কৰিব। আজি এৰিজ’নাত ভাৰতৰ এয়াৰ মাৰ্ছেল এছ এছ বুটলাৰ উপস্থিতিত  আমেৰিকাই ভাৰতক প্ৰদান কৰে প্ৰথমখন হেলিকপ্টাৰ। ইয়াৰ উপৰিও চলিত বৰ্ষৰ জুলাই মাহত আৰু কেইবাখনো হেলিকপ্টাৰ আমেৰিকাই ভাৰতক প্ৰদান কৰিব। অত্যাধুনিক হেলিকপ্টাৰখন পৰিচালনা কৰাৰ বাবে ভাৰতৰ এটা বিশেষ গোটে আমেৰিকাৰ সেনাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0