92
newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰ্মীৰ নতুন শাখা ‘মহাকাশ সেনা’ নিৰ্মাণ কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ তেওঁ সোমবাৰে কয় যে মহাকাশত আমেৰিকাৰ কেৱল উপস্থিতি হ’লেই নহয়, তাত তেওঁলোকৰ ৰাজত্বও চলিব লাগিব৷
তেওঁ ঘোষণা কৰি কয়, ‘মই সুৰক্ষা বিভাগ আৰু পেন্টাগনক আৰ্মী ফ’ৰ্চৰ ষষ্ঠতম শাখা মহাকাশত স্থাপিত কৰাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছো৷’