86
ডিজিটেল ৰিপ’ৰ্টঃ অসমত যোৱা কিছুবছৰৰ পৰা ব্যক্তিগত ছেটেলাইট চেনেলবোৰত প্ৰচাৰিত হৈ অহা ধাৰাবাহিকবোৰে দৰ্শকক সীমাহীনভাৱে মনোৰঞ্জন দি আহিছে আৰু দৰ্শকেওঁ আদৰি লৈছে ভাল ধাৰাবাহিকবোৰ।
ছবিঘৰত অসমীয়া ছবি চাবলৈ নগ’লেও ঘৰতে বহি দৰ্শকে বেলেগ বেলেগ অসমীয়া মেগা ছিৰিয়েলবোৰৰ সোৱাদ লয়। কিছুমান মেগাছিৰিয়েলে ৭০০ ৰ পৰা ১০০০ খণ্ড সম্পূৰ্ণ কৰিবলৈ ওলাইছে।