125
নগাঁওঃ ২০১৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ‘দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ সুখ্যাতিৰে প্ৰথম স্থান অধিকাৰ কৰা মেধাৱী ছাত্ৰী অংকিতা হাজৰিকাই লাভ কৰিছে ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় যোগ্যতা বঁটা।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ড°আম্বেদকাৰ ফাউণ্ডেচনে আগবঢ়োৱা বঁটাটি আজি প্ৰদান কৰে নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগুৱে।