Home দেশআন্না হাজাৰেৰ স্বাস্থ্যৰ অৱনতি, ৮০বছৰীয়া হাজাৰেৰ দাবী পূৰণ কৰিব নে কেন্দ্ৰীয় চৰকাৰে?

আন্না হাজাৰেৰ স্বাস্থ্যৰ অৱনতি, ৮০বছৰীয়া হাজাৰেৰ দাবী পূৰণ কৰিব নে কেন্দ্ৰীয় চৰকাৰে?

by News Desk
85 views
A+A-
Reset

ডিজিটেল ডেস্কঃ গান্ধীবাদী নেতা সমাজকৰ্মী আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী অনিশ্চিতকালীন আন্দোলনে ছয় দিনত ভৰি দিলে৷ দেশৰ দৰিদ্ৰ কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান তথা লোকপাল বিধেয়ক গৃহীত কৰাৰ দাবী জনাই দিল্লীৰ ৰামলীলা মৈদানত হাজাৰে আন্দোলন চলাই আহিছে৷ কিন্তু হাজাৰে যি সমূহ সমস্যা পূৰণক লৈ আন্দোলন অব্যাহত ৰাখিছে, সেই সমস্যা পূৰণৰ নিশ্চিতি প্ৰদান কৰা নাই চৰকাৰে৷

সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে মহাৰাষ্ট্ৰৰ জলসিঞ্চন মন্ত্ৰী গিৰীশ মহাজনে আশ্বাস প্ৰদান কৰিছিল যে, মংগলবাৰে আন্না হাজাৰেৰ অনিৰ্দিষ্টকালীন আন্দোলন অৱসান ঘটোৱা হ’ব৷ কিন্তু মংগলবাৰে সন্ধিয়া হাজাৰেৰ সৈতে মহাজনে মিলিত হোৱাৰ পাছত জানিবলৈ দিয়ে যে, আন্না হাজাৰে ১১টা সমস্যাক লৈ এই আন্দোলনৰ নেতৃত্ববহন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0