59
newsnextone.com|| ডিজিটেল ডেস্কঃ ভগ্নী সোনমৰ পিছতেই বিয়া সন্দৰ্ভত মুখ খুলিলে সুদৰ্শন অভিনেতা অৰ্জুন কাপুৰে। এক সাক্ষাতকাৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বহু প্ৰত্যাশিত উত্তৰ আগবঢ়াই অভিনেতা গৰাকীয়ে।এতিয়াই বিয়াত নবহে অৰ্জুনে।
