80
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী এলেকাত কৰ্মৰত সেনা জোৱানে ৰাইফলসহ উগ্ৰপন্থীৰ শিবিৰত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।
জাহুৰ আহমেদ থোকাৰ নামৰ জোৱানজনে বাৰামুল্লাত বুধবাৰে নিশাৰ ভাগত ইউনিটৰ শিবিৰৰ পৰা উধাও হয়। লগত এ.কে. ৪৭ ৰাইফলটোও লৈ যোৱা বুলি সেনাৰ সূত্ৰত প্ৰকাশ পাইছে।