106
newsnextone.com | হোজাইঃ এক বৰ্বৰ, পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডই কঁপাইছিল সমগ্ৰ অসমক। হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰে আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল ২০১৭ চনৰ মে’ মাহত৷
এইটো বাতৰি পঢ়ক লজ্জানত সভ্য সমাজ, কেতিয়া সুৰক্ষিত হ’ব শিক্ষয়িত্ৰী, অৰ্ণমাইৰ পিছত হত্যা উজ্জয়িনীক