Home ৰাজনীতিঅন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৰ লগতে আন কেইবাজন নেতাক গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি আদালতৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৰ লগতে আন কেইবাজন নেতাক গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি আদালতৰ

by News Desk
A+A-
Reset
Chandrababu-NIDU

ডিজিটেল ডেস্কঃ অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন ছন্দ্ৰবাবু নাইডুৰ বিৰোধে মহাৰাষ্ট্ৰ ধৰ্মাবাদ আদালতে গ্ৰেপ্তাৰৰ জাননী আগবঢ়ায়৷ আনহাতে নাইডুৰ লগতে অন্য ১৫ জন ব্যক্তিৰো নাম আদালতে গ্ৰেপ্তাৰৰ বাবে ঘোষণা কৰে৷ আদালত ন্যায়াধীশ এন আৰ গজভিৰ নিৰ্দেশানুজাৰী আৰক্ষীক অভিযুক্ত আটাইকে গ্ৰেপ্তাৰ কৰি ২১ তাৰিখৰ দিনা আদালতৰ সন্মুখত হাজিৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ দৰাচলতে ২০১০ চনৰ গোদাৱৰী নদীৰ ববলী পৰিযোজনাৰ প্ৰদৰ্শনৰ বিষয়ৰ লগত জড়িত থকা নাইউুকে ধৰি তেখেতৰ সহপাঠী ১৫ জনৰ বিৰোধে আদালতত আৱেদন দাখিল কৰিছিল৷ অবিভাজিত অন্ধ্ৰ প্ৰদেশৰ বিপক্ষ তথা বিবলীৰ পৰিযোজনাৰ বিৰোধীতা কৰাৰ ফলত তেওঁক পুণেৰ জেলত বন্দী কৰা হৈছিল৷ উল্লেখযোগ্য যে এই পৰিযোজনাৰ কাৰণত নিম্নজাতি সকলৰ জীৱনত প্ৰভাৱ পৰাৰ বিষয়ে চিন্তা কৰি বিৰোধীতা কৰে নাইডুৱে৷ যাৰ বাবে নাইডুক বন্দী কৰা হয় যদিও পাছলৈ তেওঁক ৰিহা কৰি দিয়া হয়৷ তথাপিও নাইডুয়ে নিজৰ বিষয়ত অলৰ-অচৰ নকৰি জামিনৰ বাবে আদালতক দাবী নকৰাৰ বিষয়ে জানিব পৰা গৈছে৷ 

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0