Home ৰাজ্যইউটিউবত মিছন চাইনা, আটক হ’ল যুৱক

ইউটিউবত মিছন চাইনা, আটক হ’ল যুৱক

by News Desk
66 views
A+A-
Reset

মঙলদৈঃ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বহু চৰ্চিত আৰু ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনা৷ সমগ্ৰ ৰাজ্য এই বিগ বাজেটৰ ছবিখনৰ জ্বৰত আক্ৰান্ত বুলি কলেও হয়তো ভুল কোৱা নহ’ব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহ সমূহত মিছন চাইনা চাবলৈ লানি নিচিগা মানুহৰ ভিৰে প্ৰমান কৰিছে মিছন চাইনাৰ বহুল জনপ্ৰিয়তাৰ কথা৷ টিকট নাপায় একাংশ চিনেমা প্ৰেমীয়ে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাও পৰিলক্ষিত হৈছে৷

প্ৰায় ২ কোটি বাজেটেৰে ব্যয়বহুল অসমীয়া চিনেমা এখন নিৰ্মাণ কৰি জুবিন গাৰ্গে ইতিহাস ৰচনা কৰিছে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ ছবিখনৰ নিৰ্মানত খৰছ হোৱা ধন উভটাই পোৱাটোও যেন এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে জুবিন গাৰ্গৰ সন্মুখত৷ ছবিগৃহ সমূহত যিকোনো চিনেমা এখন চাবলৈ দৰ্শক আহিলেহে ছবিখন নিৰ্মাণত খৰছ হোৱা ধন ঘুৰাই পোৱা যায়৷ ছবিগৃহত দৰ্শকৰ ভিৰৰ ওপৰতে নিৰ্ভৰ কৰে ছবি এখনৰ লাভ বা ইনকামৰ কথা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0