55
গুৱাহাটীঃ কৰ ফাঁকিৰ গোচৰত চিবিআইৰ জালত পৰা ৪ বিষয়াক মঙলবাৰে চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰে চিবিআইয়ে৷ কৰ আয়ুক্ত শ্বেটাভ চুমন, কৰ বিষয়া প্ৰতাপ দাস, প্ৰাঞ্জল শৰ্মা, চিএ ৰমেশ গয়িংকাক মঙলবাৰে চিবিআইয়ে আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত বিচাৰিছিল যদিও চিবিআইক তিনিদিনৰ জিম্মাত দিয়ে আদালতে৷ কৰিলে আদালতত। চিবিআইয়ে ৫ জনক গ্ৰেপ্তাৰ কৰে যদিও ৪জনক হে আদালতত হাজিৰ কৰে৷ অহা ২০ এপ্ৰিলত পুনৰ শুনানি অনুষ্ঠিত হ’ব গোচৰৰ৷