Home ৰাজ্যমুখ্যমন্ত্ৰীৰ টাৰ্গেটত USTM! মহবুবুল হকৰ গ্ৰেপ্তাৰৰ আঁৰত আছে নেকি ব্যক্তিগত স্বাৰ্থ?

মুখ্যমন্ত্ৰীৰ টাৰ্গেটত USTM! মহবুবুল হকৰ গ্ৰেপ্তাৰৰ আঁৰত আছে নেকি ব্যক্তিগত স্বাৰ্থ?

by News Desk
A+A-
Reset
WhatsApp-Image-2025-02-22-at-13

যোৱাটো বাৰিষাৰ আগৰ পৰাই অসম-মেঘালয়ৰ সীমান্তত অৱস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজি মেঘালয় বা ইউএছটিএমৰ বিৰুদ্ধে সৰৱ হৈ আহিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ‘ফ্লাড জেহাদ’ৰ পৰা ‘ভুৱা ডিগ্ৰী’ আৰু ‘ভুৱা অবিচি প্ৰমাণপত্ৰ’লৈকে একাধিক বিশেষণ আৰু অভিযোগেৰে প্ৰায়ে  মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰি আহিছে ইউএছটিএম আৰু স্বত্বাধিকাৰ মহবুবুল হকক। ইয়াৰ মাজতে শেহতীয়াকৈ স্বত্বাধিকাৰ তথা ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লৈ অসম আৰু মেঘালয়ত সূত্ৰপাত ঘটিছে ৰাজনৈতিক উত্তেজনাৰ।

উল্লেখ্য যে, ২০১১ চনত মেঘালয়ৰ ৰি-ভোই জিলাত স্থাপন কৰা হৈছিল ব্যক্তিগত বিশ্ববিদ্যালয় ইউএছটিএম।  পাহাৰ কাটি নিৰ্মাণ কৰা এই বিশ্ববিদ্যালয়খনৰ বাবেই যোৱাটো বাৰিষাত গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি বিস্ফোৰক দাবী কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0