79
গুৱাহাটীঃ সমাজ খনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে বন্ধুত্ব, ভালপোৱা, মৰম, মানৱীয়তা৷ এতিয়া সমাজ খনত এক অবিশ্বাসৰ পৰিৱেশে বিৰাজ কৰে৷ প্ৰতিদিনে হত্যা, হিংসা, ধৰ্ষণ, অপহৰণৰ ঘটনাই অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে৷ অবিশ্বাস, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি সমাজ খন ককবকাব লগা হৈছে৷
