Home ভাইৰেলবিলাসীপাৰাত অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ

বিলাসীপাৰাত অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ

by News Desk
A+A-
Reset
arun1

বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি ৪  বজাত বিলাসীপাৰাৰ গান্ধী চ’কত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতি মূৰ্তি দাহ কৰে। উল্লেখযোগ্য যে দেশৰ জনসাধাৰণৰ কষ্টৰ ধন আত্মসাৎ কৰি মেহুল চোকসী  বিদেশলৈ পলাযই যায আৰু বিদেশৰ পৰা অৰুণ জেটলিৰ জীয়েক সোনালী জেটলিৰ একাউন্টত ২৪ লাখ টকা পঠাই দিয়ে। ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ বিৰুদ্ধে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানৰ নেতৃত্বত অৰ্ধ শতাধিক যুৱ কৰ্মীয়ে বিজেপি চৰকাৰ গ বেক গ বেক ৰাহুল গান্ধী জিন্দাবাদ আদি শ্ল গানেৰে বিলাসীপাৰা চহৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ প্ৰতি মূৰ্তি দাহ কৰে।

blank 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0