Home দেশলক্ষ্য বিদেশী পৰ্যটকক আকৰ্ষণ, কেন্দ্ৰই শিথিল কৰিব অৰুণাচলত প্ৰৱেশৰ নীতি-নিয়ম

লক্ষ্য বিদেশী পৰ্যটকক আকৰ্ষণ, কেন্দ্ৰই শিথিল কৰিব অৰুণাচলত প্ৰৱেশৰ নীতি-নিয়ম

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেক্সঃ ভাৰতৰ সূৰ্য উঠা দেশ অৰুণাচল প্ৰদেশ এতিয়াও অবাধ বিদেশী পৰ্যটকৰ বাবে মুক্ত নহয়। স্পৰ্শকাতৰ অঞ্চল হিচাপে গন্য কৰা অৰুণাচললৈ বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

ৰাজ্যখনত ভ্ৰমণৰ বাবে পূৰ্বে দুবছৰৰ ইনাৰ লাইন পাৰ্মিট প্ৰদান কৰা হৈছিল যদিও এই ম্যাদ এতিয়া ৫ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে কেন্দ্ৰীয় পৰ্যটন দপ্তৰে। এই ক্ষেত্ৰত আন্তঃমন্ত্ৰী পৰিষদীয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফন্সে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0