গুৱাহাটীঃ অৱশেষত সাৰ পালে অসমৰ বিৰোধী ৰাজনৈতিক দলে৷ যোৱা কেইটামান দিনৰ ভিতৰতে বৰাক উপত্যকা আৰু মধ্য অসম সহ ৰাজ্য খনত কেইবাটাও নাৰী নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল যদিও নাৰী সুৰক্ষা আৰু ৰাজ্যখনৰ লোকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত একো কোৱা নাছিল বিৰোধী দলে৷
Assam BJP not serious about business of governance.Assembly discussed women safety, government issued routine statment. No improvement in situation. Shameful surrender to criminals & anti socials. No sign of BJP's much acclaimed"Beti Bachao,Beti Parhao" @RahulGandhi @INCIndia