Home বিশ্বকন্যাই উভতি ধৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক, মাৰ্কিন-মেক্সিকো সীমান্তৰ পৰিয়ালক বিচ্ছেদ নকৰিব

কন্যাই উভতি ধৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক, মাৰ্কিন-মেক্সিকো সীমান্তৰ পৰিয়ালক বিচ্ছেদ নকৰিব

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন-মেক্সিকো সীমান্তৰ পৰিয়াল সমূহক বিচ্ছেদ বন্ধ নকৰিবলৈ এইবাৰ নিজ কন্যাই উভতি ধৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিক৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কন্যা ইভাংকাই পৰিয়াল সমূহৰ বিচ্ছেদ বন্ধ কৰিবৰ বাবে পিতৃক আহ্বান জনালে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যাই কয় ‘‘এনেদৰে দেৱাল নিৰ্মাণ কৰি পৰিয়াল সমূহক বিচ্ছেদ কৰা উচিত নহয়৷’’ ইমানে নহয় পিতৃক প্ৰশ্ন কৰি কয় এই সমস্যা সমাধনৰ বাবে তুমি কি কৰিছা বুলি প্ৰশ্ন কৰে?

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কয় ‘‘প্ৰতিচ্ছবি দেখিছোঁ৷ খুব দুখজনক৷ আমি এটা সাংবিধানিক ভাৱে সমস্যাৰ সমাধান কৰিব বিচৰিছোঁ৷’’ আনহাতে সম্প্ৰতি প্ৰশাসনক শূন্য সহনশীল নীতি অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে৷ ইমানে নহয় মেক্সিকো আৰু আমেৰিকাৰ সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰা শৰণাৰ্থীৰ সন্তানক গ্ৰেপ্তাৰ কৰিব আমেৰিকা প্ৰশাসনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0