67
ডিজিটেল ডেস্কঃ অষ্টাদশ এছিয়ান গেমছত এইবাৰ ভাৰতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। অষ্টাদশ এছিয়ান গেমছৰ মল্লযুঁজত ভাৰতৰ হৈ বজৰং পুনিয়াই সোনৰ পদক লাভ কৰি ভাৰতৰ প্ৰথমটো বিজয় লাভ কৰিবলৈ সক্ষম হয়।
