47
গুৱাহাটীঃ ‘ফনি’ক লৈ তৎপৰ মহানগৰ প্ৰশাসন। ব্ৰহ্মপুত্ৰ ওপৰৰে চলা উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী সকলো ফেৰী-জাহাজৰ বাতিল কৰা হৈছে।
ইয়াৰ পৰিৱৰ্তে মহনগৰ প্ৰশাসনে উত্তৰ গুৱাহাটীৰপৰা আতিৰিক্ত ৬ খন বাছ চলাচলৰ ব্যৱস্থা কৰিছে।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.