Home ৰাজ্যখানাপাৰাৰ পৰা অসমবাসীক ১৫ আগষ্টৰ ভাষণত কি কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

খানাপাৰাৰ পৰা অসমবাসীক ১৫ আগষ্টৰ ভাষণত কি কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

by News Desk
A+A-
Reset
cm-himanta-i-day

গুৱাহাটীঃ ‘আপোনালোকে যেন ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আপোনালোকে যেন ঘৰত কাম কৰিবলৈ লৈ অহা ল’ৰাজনক শিক্ষাৰে আলোকিত কৰে। আপোনালোকে সেই পিতৃ-মাতৃৰ দুৰ্দশা আৰু দৰিদ্ৰতাক সন্মান কৰিব আৰু তেখেতসকলৰ সন্তানটিকো মানৱসম্পদৰূপে গঢ়ি তুলিব।’- স্বাধীনতা দিৱসৰ ভাষণত আজি এইদৰে বনকৰা ল’ৰা-ছোৱালীৰ অধিকাৰক লৈ সৰৱ হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। 

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱসত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বনকৰা ল’ৰা-ছোৱালীক লৈ চৰকাৰে কঠোৰ আইন ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰে। আইনত বনকৰা ল’ৰা-ছোৱালীক নিৰ্যাতন কৰা লোকক মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0