67
ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা তথা আন কৰ্মচাৰীসকল।
বানক লৈ উদ্বিগ্ন হৈ পৰা প্ৰতিষ্ঠানখন প্ৰতিগৰাকী কৰ্মচাৰীয়ে অধ্যক্ষৰ আহ্বানলৈ সঁহাৰি জনাই এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ সহায়ৰ বাবে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।