69
ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমান্তত ভাৰতীয় তীৰ্থযাত্ৰীক চীনা কৰ্তৃপক্ষই হকা-বাধা কৰা ৰঙাচীনক ভাৰতে ভয় কৰে।
চীন সীমান্তত দুয়োপক্ষৰ সেনাৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে উত্তৰ-পূৱ ভাৰতৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মিলনত যোগ দিয়া অসমৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে কোনোধৰণৰ শংকাবোধ নকৰাকৈয়ে ক’লে- ভাৰতে চীনৰ সৈতে যুদ্ধ কৰিব নোৱাৰে। পৰিস্থিতি এনেকুৱা যে আজি আমি চীনক ভয় কৰিব লাগে।