Home ৰাজ্যমৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অৰাজকতা, ছমাহে নাই স্থায়ী অধ্যক্ষ

মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অৰাজকতা, ছমাহে নাই স্থায়ী অধ্যক্ষ

by News Desk
80 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহ ব্যক্তিগত বিদ্যালয়ৰ বাবে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ বহু ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয় ৰজাঘৰৰ অৱহেলাৰ বাবে লাহে লাহে এৰাবাৰীত পৰিণত হ’ব ধৰিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰা সময়তে একাংশ বিদ্যালয়ক চৰকাৰে তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰাৰ বাবে সহজ হৈ পৰাৰ বাবেই মৃত্যমুখী যাত্ৰা আৰম্ভ হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়ে। চৰকাৰী বিদ্যালয়সমূহ শিক্ষাৰ মানদণ্ড, শিক্ষক নিযুক্তি, অধ্যক্ষ নিয়ুক্তি, আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত আজিও পিছ পৰি আছে৷ চৰকাৰী বিদ্যালয়-কলেজ ক্ৰমান্বয়ে মৃত্যুৰ দিশে আগবঢ়া বুলি অভিযোগ উত্থাপ নকৰাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত শৈক্ষিত পৰিবেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0