61
ৰঙিয়াঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল ২০১৩ বৰ্ষৰ ACS-APS৷ মঙলবাৰে নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৫গৰাকী ACS-APS বিষয়াক জালত পেলাইছে৷
তাৰ মাজত কামৰূপৰ ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰাও আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে অভিষেক বৰবৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৰঙিয়াত৷