68
ডিজিটেল ডেস্কঃ গ্ৰহদোষ-কালদোষ খণ্ডন কৰিহে ৰোগীক পথ্য প্ৰদান কৰিব পাৰিব চিকিৎসকে। যদিহে কোনো মুমুৰ্ষ ৰোগীক জীৱনদায়িনী দৰৱ দিব লগা হয়, তেতিয়াও এম বি বি এছ ডিগ্ৰীধাৰীয়ে ল’ব লাগিব জ্যোতিষীৰ পৰামৰ্শ।
গ্ৰহদোয খণ্ডনৰ উপায় নাথাকিলে অনাগত সময়ত চৰকাৰী হাস্পতালত ৰোগীৰ চিকিৎসা সম্ভৱ নহ’বও পাৰে।
এনে আজৱ নিৰ্দেশনাই জাৰি কৰিছে মধ্য প্ৰদেশ চৰকাৰে।