Home ৰাজ্যনগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ আধিপত্য

নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ আধিপত্য

by News Desk
60 views
A+A-
Reset

নগাঁওঃ অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰ একতা সভাখনৰ মুঠ ১৪ টা পদৰ ভিতৰত ৮ টাত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে ৫ টাত বিজয় সাৰ্বস্ত কৰিছে৷

আনটো পদ এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীয়ে দখল কৰে৷ ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সাংস্কৃতিক সম্পাদকৰ পদত মাধুৰ্য বৰা, সংগীত সম্পাদকৰ পদত গৌতম নাথ, সহকাৰী ক্ৰীড়া সম্পাদকৰ পদত নীলাক্ষী শইকীয়া, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত ভাস্কৰ চাংমাই, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদকৰ পদত প্ৰাৰ্থনা বৰা, ছাত্ৰ কল্যান নিধি পদত ফাৰহান আখটাৰ হাজৰিকা, সমাজ সেৱা পদত সুনম ঘোষ আৰু ফাইন আৰ্টৰ পদত তন্ময়ী ভূঞা বিজয়ী হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0