90
কামপুৰঃ নগাঁও জিলাৰ অন্তৰ্গত কামপুৰত সংঘটিত হৈছে এক লুটপাটৰ ঘটনা৷ ঘটনাৰ বিৱৰণী অনুসৰি, নগাওঁ জিলাৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ কামপুৰৰ এটিমৰ পৰা এজন যুৱকে লুটি লৈ যায় ৪০হাজাৰ টকা৷
কামপুৰৰ কচুৱাৰ জিনুৱাৰা খাতুন নামৰ শিক্ষয়িত্ৰী এগৰাকীয়ে এ টি এ মৰ পৰা টকা উলিয়াব নজনাৰ বাবে এটিমতে সাক্ষাৎ হোৱা এজন অচিনাক্ত যুৱকক টকা উলিয়াবলৈ দিয়ে৷