Home গুৱাহাটীবলেৰ’ দিয়া হৈছিল অষ্ট্ৰেলিয়াৰ খেলুৱৈক, দুজনক আটক

বলেৰ’ দিয়া হৈছিল অষ্ট্ৰেলিয়াৰ খেলুৱৈক, দুজনক আটক

by News Desk
44 views
A+A-
Reset

গুৱাহাটীঃ মহানগৰীৰ মাজ মজিয়াৰ লখৰাত অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা ঘটনাৰ চাঞ্চল্য ৰাজ্যজুৰি অব্যাহত আছে৷ মঙলবাৰে নিশা অষ্ট্ৰেলিয়া ক্ৰিকেট দলক কঢ়িযাই অনা বাছত দুৰ্বৃত্তই শিল দলিয়াই আইনা ভাঙে৷ নিশা প্ৰায় ১১-২০ বজাত মহানগৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লখৰাত সংঘটিত এই ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী, চৰকাৰ তথা ভাৰতীয় চোৰাংচোৱা সংস্থা সক্ৰিয় হৈ পৰে৷

চোৰাংচোৱা সংস্থাই ভিৰ কমাবৰ বাবে খেলুৱৈই সকলক সৰু গাড়ীৰে অৰ্থাৎ বলে’ৰ গাড়ীৰে খেল পথাৰলৈ অনা-নিয়া কৰিব খুজিছিল যদিও দলটোৱে এই কথা অন্য ধৰণে লয় বুলি কয়৷ খেলুৱৈক সম্পুৰ্ণ নিৰপত্তা দিয়া হৈছিল বুলি উল্লেখ কৰে চোৰাংচোৱা সংস্থাই৷ আনহাতে এই ঘটনাক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱা বুলি অভিযোগ উত্থাপনৰ মাজতে ৰাজ্য চৰকাৰৰ হৈ পুৱাই সাংস্কৃতিক মন্ত্ৰী নৱ দলেই হোটেললৈ গৈ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ খেলুৱৈক লগ ধৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0