Home ভাইৰেলআজাদ হিন্দ চৰকাৰৰ প্রতিষ্ঠা দিবস পালন মোডীৰ, লালকিল্লাত উৰিল ত্ৰিৰঙ্গা

আজাদ হিন্দ চৰকাৰৰ প্রতিষ্ঠা দিবস পালন মোডীৰ, লালকিল্লাত উৰিল ত্ৰিৰঙ্গা

by News Desk
89 views
A+A-
Reset

ডিজিটেল ডেক্সঃ ভাৰতত আজাদ হিন্দ চৰকাৰৰ ৭৫তম প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ল৷ আজি দিল্লীৰ লালকিল্লাত ত্ৰিৰঙ্গা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজাদ-হিন্দ চৰকাৰ আৰু নেতাজীৰ উদ্দ্যশ্যি শ্ৰদ্ধা জ্ঞাপন কৰে৷

আজি লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদানৰ কথা বৰ্ননা কৰে৷ প্ৰধান মন্ত্ৰীজনে আৰু কয় যে ‘‘নেতাজীয়ে এনেকুৱা এখন ভাৰতবৰ্ষৰ কল্পনা কৰিছিল য’ত নাগৰিকৰে সমান অধিকাৰ আৰু সুযোগ থাকিব৷ তেখেতে এনেকুৱা এখন ভাৰতবৰ্ষৰ কল্পনা কৰিছিল য’ত প্ৰত্যেকজন নাগৰিকে নিজৰ দেশক লৈ গৌৰৱ কৰিব৷ দেশৰ সকলো নাগৰিকৰ মাজত কোনোধৰনৰ ভেদভাব অসমানতা নাথাকিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0