newsnextoneপঞ্চকুলা(হাৰিয়ানা)৫অক্টোৱৰঃ বলাৎকাৰৰ অভযোগত কাৰাগাৰত থকা বাবা ৰাম ৰহিমক আজি পঞ্চকুলা চিবিআই আডালতে শিষ্য সকলৰ বন্ধ্যাকৰনৰ গোচৰতোত জামিন মঞ্জুৰ কৰে৷ কিন্তু বাবা গৰাকীয়ে এগৰাকী শিষ্যাক বলাৎকাৰৰ শাস্তি হিচাৱে ২০ বছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব৷
উল্লেখযোগ্য যে বাবা গৰাকীৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানা আৰু ৰাজাস্থানৰ প্ৰায় ৪০০ পুৰুষ ভক্তৰ বন্ধ্যাকৰন কৰাৰ অভিযোগত চিবিআই আদালতত গোচৰ ৰজু কৰা হৈছিল৷ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ২০১৪ চনৰ নিৰ্দেশমৰ্মে চিবিআইয়ে বাবাগৰাকীৰ ওপৰত ২০১৫চনত এই গোচৰতো ৰজু কৰিছিল৷
২০১২ চনত বাবা ৰামৰহিমৰ এজন ভক্তই ৰামৰহিমে তেঁওৰ বন্ধ্যাকৰন কৰা বুলি এক অভিযোগ আনি এখন ৰিট আৱেদন কৰি তেওঁৰ লগতে ৪০০ গৰাকী ভক্তৰ বন্ধ্যাকৰন কৰা বুলি অভিযোগ আনিছিল৷
বাবা ৰামৰহিমক চিবিআই আদালতৰ জামিন মঞ্জুৰ
65
previous post